নগাঁও,20 এপ্ৰিলঃ শুকুৰবাৰে সন্ধিয়া এই উৎসৱৰ শুভাৰম্ভ কৰে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে ৷ নগাঁৱৰ হনুমান মন্দিৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত অধ্যাপিকা নীলিমা শইকীয়াই।
নগাঁৱত উলহ মালহেৰে পালন হনুমান জয়ন্তী - ETV BHARAT
নগাঁৱৰ হয়বৰগাঁৱত চাৰিদিনীয়া কাৰ্যসূচীৰে হনুমান জন্মোৎসৱ উদযাপন

নগাঁৱত উলহ মালহেৰে পালন হনুমান জয়ন্তী
নগাঁও হনুমান জন্মোৎসৱ উদযাপন সমিতিৰ উদ্যোগত আয়োজন কৰে 67 সংখ্যক হনুমান জয়ন্তী উৎসৱ ৷ প্ৰত্যেক বছৰৰ দৰে এইবাৰো হনুমান জন্মোৎসৱ উপলক্ষে আটকধুনীয়াকৈ সজাই হনুমান মন্দিৰৰ লগতে ধিং গেটৰ পথ ৷