নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজহুৱা স্বাৰ্থজনিত আৱেদন দাখিল কৰিব নগাঁৱৰ অধিবক্তাই - PILagainst CAA
বুধবাৰে উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজহুৱা স্বাৰ্থজনিত আৱেদন দাখিল কৰিব নগাঁৱৰ অধিবক্তাই । মংগলবাৰে দিনত দিল্লীলৈ ৰাওনা অধিবক্তাৰ দলটোৰ ৷
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজহুৱা স্বাৰ্থজনিত আৱেদন দাখিল কৰিব নগাঁৱৰ অধিবক্তাই
নগাওঁ,17 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে জাতিধ্বংসী আইনৰ বিৰুদ্ধে বুধবাৰে নগাঁৱৰ এটা অধিবক্তাৰ দলে উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আৱেদন দাখিল কৰিব । মঙলবাৰে নগাঁৱৰ জ্যেষ্ঠ অধিবক্তা আবুল হাচিম খণ্ডকাৰৰ নেতৃত্বত 7 জনীয়া এটা দল ৰাওনা হৈছে নতুন দিল্লীলৈ ।
Last Updated : Dec 18, 2019, 3:58 AM IST
TAGGED:
PILagainst CAA