অসম

assam

ETV Bharat / state

গ্ৰীণ হাউচৰ ভিতৰত মা দুৰ্গা - দুৰ্গা পূজা

আজি মহা অষ্টমী ৷ সমগ্ৰ ৰাজ্যতে উলহ-মালহেৰে পালন কৰা হৈছে দুৰ্গা পূজা ৷ ইয়াৰ ব্যক্তিক্ৰম ঘটা নাই নগাঁও চহৰতো ৷ কিন্তু আজি দেখুৱাম এটা বিশেষ পূজা মণ্ডপ ৷ কম বাজেটৰ এক আধুনিক পূজা মণ্ডপ । চাওক নগাঁৱৰ খ্ৰীষ্টিয়ানপট্টিত গ্ৰীণ হাউচৰ ভিতৰত দুৰ্গা পূজা । খ্ৰীষ্টিয়ান পট্টিৰ যুৱ সমিতিয়ে অতি কম খৰচত নিৰ্মাণ কৰিছে আটক ধুনীয় পূজা মণ্ডপ । বান আৰু ধুমুহাত বিধ্বস্ত গছ আৰু গছৰ পাত ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে এই পূজা মণ্ডপ ৷

গ্ৰীণ হাউচৰ ভিতৰত মা দুৰ্গা

By

Published : Oct 6, 2019, 2:18 PM IST

নগাঁও, 6 অক্টোবৰঃআজি মহা অষ্টমী ৷ সমগ্ৰ ৰাজ্যতে উলহ-মালহেৰে পালন কৰা হৈছে দুৰ্গা পূজা ৷ ইয়াৰ ব্যক্তিক্ৰম ঘটা নাই নগাঁও চহৰতো ৷ আজি দেখুৱাম এটা বিশেষ পূজা মণ্ডপ ৷ কম বাজেটৰ এক আধুনিক পূজা মণ্ডপ ।

গ্ৰীণ হাউচৰ ভিতৰত মা দুৰ্গা

চাওক নগাঁৱৰ খ্ৰীষ্টিয়ানপট্টিত গ্ৰীণ হাউচৰ ভিতৰত দুৰ্গা পূজা । খ্ৰীষ্টিয়ান পট্টিৰ যুৱ সমিতিয়ে অতি কম খৰচত নিৰ্মাণ কৰিছে আটক ধুনীয় পূজা মণ্ডপটো । বান আৰু ধুমুহাত বিধ্বস্ত হৈ পৰা গছ আৰু গছৰ পাত ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে এই পূজা মণ্ডপ ৷ খ্ৰীষ্টিয়ান পট্টিৰ যুৱ সমিতিয়ে অতি কম খৰচতে নিৰ্মাণ কৰি উলিয়াইছে এই আটক ধুনীয় পূজা মণ্ডপটো ।

ABOUT THE AUTHOR

...view details