অসম

assam

ETV Bharat / state

"লাও খা, বেঙেনা খা, বছৰে-বছৰে বাঢ়ি যা...

হাতে হাতে মাহ-হালধি,চাত-বাৰী লৈ নৈৰ পাৰলৈ ৰাওনা গঞা

গৰু বিহুৰ প্ৰস্তুতি

By

Published : Apr 14, 2019, 9:08 AM IST

কলিয়াবৰ, 14 এপ্ৰিল : আজি গৰু বিহু ৷ ৰাজ্যৰ চৌদিশে ব্যাপক উচাহ-উদ্দীপনা ৷ পৰম্পৰাগত ৰীতি নীতিৰে গো ধনৰ শ্ৰী বৃদ্ধিৰ উদ্দেশ্যে গৰুক গা ধুৱাবলৈ হাতে হাতে মাহ-হালধি,চাত-বাৰী নৈৰ পাৰলৈ গঞা ৷

গৰু বিহুৰ প্ৰস্তুতি

পিচে পুৱাৰে পৰা অহা কিনিকিনিয়া বৰষুণজাকে কলিয়াবৰবাসীৰ মন সেমেকাই তুলিছে ৷ যদিও তাৰ মাজতেই কলিয়াবৰবাসীয়ে বিহুৰ সকলো নীতি নিয়ম ৰক্ষা কৰি গো ধনক গা ধুৱাবলৈ চলাইছে প্ৰস্তুতি ৷

ABOUT THE AUTHOR

...view details