অগ্ৰিম জামিন লাভ কৰিলে মৃদুপৱন নেওগে (Fraudster Mridupaban Neog)৷ প্ৰায় ১০ মাহ ধৰি পলাতক হৈ আছিল মৃদুপৱন নেওগ ৷অৱশেষত অগ্ৰিম জামিন লাভ কৰিলে মৃদুপৱন নেওগে (Fraudster Mridupaban Neog)প্ৰায় ১০ মাহ ধৰি পলাতক হৈ আছিল মৃদুপৱন নেওগDSP ত্ৰিদিৱ কুমবাঙক দিয়া হৈছিল তদন্তৰ দায়িত্বগুৱাহাটী উচ্চ ন্যায়ালয়ে(Gauhati HC) ১৫ দিনৰ অন্তৰ্ৱতীকালীন জামিন প্ৰদান কৰিলে নেওগক