- নগাঁৱৰ জুৰীয়াত আটক জুৱাৰী
- জুৰীয়াৰ তিনিচুকীয়াত আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই আটক কৰে দুটাকৈ জুৱাৰীক
- দলটোৱে এটা জুৱাৰ ঘাটি উচ্ছেদ কৰাৰ লগতে জব্দ কৰে নগদ ধনসহ জুৱাত ব্যৱহৃত বহু সামগ্ৰী
- আটকাধীন জুৱাৰী দুটা ৰহুল আমিন আৰু হবিবুৰ ৰহমান বুলি চিনাক্ত
- অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি আহিছিল অবৈধ জুৱা খেল জুৰীয়াত আটক জুৱাৰী
জুৰীয়াত আটক জুৱাৰী - Etv Bharat
দলটোৱে এটা জুৱাৰ ঘাটি উচ্ছেদ কৰাৰ লগতে জব্দ কৰে নগদ ধনসহ জুৱাত ব্যৱহৃত বহু সামগ্ৰী
![জুৰীয়াত আটক জুৱাৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4132115-thumbnail-3x2-ngn.jpg)
জুৰীয়াত আটক জুৱাৰী