অসম

assam

কলিয়াবৰত মুক্ত বিচৰণ বন‍্যহস্তীৰ

By

Published : Jun 17, 2020, 4:09 PM IST

কলিয়াবৰৰ জন অৰণ‍্যত মুক্ত বিচৰণ এজাক বন‍্যহস্তীৰ ৷ সদ‍্যজাত পোৱালীসহ এঘাৰজনীয়া হাতীৰ জাকটোৱে মঙলবাৰে নিশাৰ পৰা বাহৰ পাতিছে কলিয়াবৰৰ সমীপৰ এখন বাগিচাত ৷

Free movement of wild elephant kaliabar assam etv bharat news
মুক্ত বিচৰণ বন‍্যহস্তীৰ

কলিয়াবৰ, 17 জুন:কলিয়াবৰৰ মথৌখাট-বামুণীৰ এখন ক্ষুদ্ৰ চাহ বাগিচাৰ সমীপত মুক্ত বিচৰণ এজাক বনৰীয়া হাতীৰ ৷ হাবি কাষৰীয়া ঠাইখনত মঙলবাৰে নিশাৰ পৰা থিতাপি লৈছে সদ‍্যজাত পোৱালিসহ এঘাৰটা বনৰীয়া হাতীয়ে ৷ ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত হৈ নিয়ন্ত্ৰণৰ চেষ্টা চলাই পৰিস্থিতি ৷ অৱশ‍্যে অঞ্চলটোত হাতীৰ জাকটোৱে বিশেষ কোনোধৰণৰ ক্ষয়-ক্ষতি কৰা নাই বুলি সদৰী কৰে স্থানীয় ৰাইজে ।

মুক্ত বিচৰণ বন‍্যহস্তীৰ

ABOUT THE AUTHOR

...view details