নগাঁও,21 ডিচেম্বৰ:নগাঁৱত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাৰ পৰা কথামপি প্ৰাণ ৰক্ষা পৰে চাৰিজনীয়া এটা পৰিয়ালৰ ৷ নগাঁৱৰ বৰঘাট বাইপাছত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাঃকথামপি প্ৰাণ ৰক্ষা 4লোকৰ - নগাঁও বৰঘাটৰ দুৰ্ঘটনা
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজতে বাগৰিল চাৰিচকীয়া বাহন ৷ নগাঁৱৰ বৰঘাট বাইপাছত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷ দুৰ্ঘটনা পতিত হোৱাৰ পাছত কথামপি প্ৰাণ ৰক্ষা চাৰিজনীয়া পৰিয়ালৰ ৷
![নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাঃকথামপি প্ৰাণ ৰক্ষা 4লোকৰ nagaon barghat accident](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9949965-thumbnail-3x2-nagaonaccident.jpg)
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা
জানিব পৰা মতে,বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় আৰু পথৰ মাজতে বাহন খন বাগৰি পৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি চাৰিজনীয়া পৰিয়ালটো গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে গৈ আছিল ৷ দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ AS01BL2572 বুলি জানিব পৰা গৈছে ৷
Last Updated : Dec 21, 2020, 11:55 AM IST