অসম

assam

ETV Bharat / state

ধিং বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ আঞ্চলিক সমিতি গঠন

ধিং বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ আঞ্চলিক সমিতি গঠন ৷ দগাঁও-ধিং গাঁও আঞ্চলিক সমিতিত 31 জন কৰ্মকৰ্তাক লৈ সমিতি গঠন ৷

By

Published : Dec 10, 2020, 6:30 PM IST

formation-of-regional-committee-of-raijor-dol-of-dhing-assembly-constituency
ধিং বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ আঞ্চলিক সমিতি গঠন

চামগুৰি, 10 ডিচেম্বৰ :বুধবাৰে ৰাইজৰ দলৰ 83 নং ধিং বিধানসভা সমষ্টিৰ দগাঁও-ধিং গাঁও আঞ্চলিক সমিতি গঠন কৰা হয় । বুধবাৰে সন্ধিয়া ৰাইজৰ দলৰ 83 নং ধিং বিধানসভা সমষ্টিৰ দগাঁও-ধিং গাঁও আঞ্চলিক সমিতি গঠনাৰ্থে অনুষ্ঠিত হোৱা সভাত ৰাইজৰ দলৰ ধিং বিধানসভা সমষ্টি কমিটীৰ সভাপতি ডাঃ ৰিয়াজ উদ্দিন আহমেদ, উপ-সভাপতি জহিৰুল ইছলাম, সাধাৰণ সম্পাদক আবুল কালাম আজাদ, সাংগঠনিক সম্পাদক মইনুদ্দিন আহমেদ, জিলা প্ৰতিনিধি দুৰ্গেশ্বৰ দাস, সম্পাদকদ্বয় ক্ৰমে, বাহাৰুল ইছলাম, নুৰুল ইছলামৰ লগতে কেইবাজনো নেতাই অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে ।

ধিং বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ আঞ্চলিক সমিতি গঠন

সভাত সৰ্বসন্মতি ক্ৰমে, ছামচুল আলমক সভাপতি, ৰফিকুল ইছলামক সাধাৰণ সম্পাদক হিচাপে লৈ 31 জনীয়া ৰাইজৰ দলৰ দগাঁও-ধিং গাঁও আঞ্চলিক সমিতি গঠন কৰা হয় ।

লগতে পঢ়ক :বিটিচি নিৰ্বাচনঃ ভোটদান সাব্যস্ত কৰি কি ক'লে মন্ত্ৰী চন্দন ব্ৰহ্মই

ABOUT THE AUTHOR

...view details