অসম

assam

By

Published : Apr 26, 2020, 12:30 PM IST

ETV Bharat / state

আৰ্তজনৰ কাষতঃ আজমল ফাউণ্ডেশ্যন আৰু উপকাৰ মেনেজমেন্ট চ‘ছাইটি

আজমল ফাউণ্ডেশ্যনৰ সহযোগত উপকাৰ মেনেজমেন্ট চ'ছাইটিৰ জড়িয়তে ৰহা সমষ্টিত সাহাৰ্য সামগ্ৰী বিতৰণ ৷

FOOD DISTRIBUTION RAHA AJMAL FOUNDATION OR UPAKAR MANAJMENT SOCITY
আৰ্তজনৰ কাষতঃ আজমল ফাউণ্ডেচন আৰু উপকাৰ মেনেজমেন্ট চ‘ছাইটি

বঢ়মপুৰ 26 এপ্ৰিলঃনগাঁও জিলাৰ ৰহা সমষ্টিৰ অৰ্ন্তগ বিভিন্ন প্ৰান্তত আজমল ফাউণ্ডেশ্যনৰ সহযোগত উপকাৰ মেনেজমেন্ট চ'ছাইটিৰ জৰিয়তে আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছে পুতুল চন্দ্ৰ দাসে ৷ সামাজিক দুৰত্ব বজাই ৰাখি কচুৱা ৰজাআলিত দুশ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে শনিবাৰে ৷ লগতে ৰহা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ৰহা সমষ্টিৰ সাত শতাধিক লোকৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ৷

আৰ্তজনৰ কাষতঃ আজমল ফাউণ্ডেশ্যন আৰু উপকাৰ মেনেজমেন্ট চ‘ছাইটি

ইফালে ৰমজান মাহ উপলক্ষে মুছলমান অধ্যুষিত অঞ্চল কচুৱা,চানখোলা,ৰজাআলি,বকুলগুৰি গাঁৱত খাদ্য সামগ্ৰী বিতৰণ দৰিদ্ৰ লোকসকলক কিছু সকাহ দিয়ে সংগঠন দুয়োটাই ৷ তেওঁলোকৰ এই কাৰ্যক স্থানীয় ৰাইজে সলাগ লোৱাৰ লগতে ধন্যবাদ ৷


লগতে পঢকঃ ভোগদৈ নৈৰ গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

ABOUT THE AUTHOR

...view details