অসম

assam

By

Published : Mar 10, 2021, 7:58 PM IST

ETV Bharat / state

জুৰীয়াত ফ্লায়িং স্কোৱাডে জব্দ কৰিলে বৃহৎ পৰিমাণৰ ধন

আৰক্ষীৰ সহযোগত জুৰীয়াত বুধবাৰে সন্ধিয়া বৃহৎ পৰিমাণৰ ধন জব্দ কৰে ফ্লায়িং স্কোৱাডে ৷ জব্দ কৰা ধনৰ পৰিমাণ 1 লাখ 20 হাজাৰ টকা বুলি সদৰী কৰিছে আৰক্ষীৰ সূত্ৰই ৷

জুৰীয়াত ফ্লায়িং স্কোৱাডে জব্দ কৰিলে বৃহৎ পৰিমাণৰ ধন
জুৰীয়াত ফ্লায়িং স্কোৱাডে জব্দ কৰিলে বৃহৎ পৰিমাণৰ ধন

ৰূপহীহাট,10 মাৰ্চ: ৰূপহীহাটৰ জুৰীয়াত আৰক্ষী আৰু ফ্লায়িং স্কোৱাডে বুধবাৰে সন্ধিয়া জব্দ কৰে বৃহৎ পৰিমাণৰ ধন ৷ জব্দ কৰা ধনৰ পৰিমাণ 1 লাখ 20 হাজাৰ টকা বুলি সদৰী কৰিছে আৰক্ষীৰ সূত্ৰই ৷

জুৰীয়াত ফ্লায়িং স্কোৱাডে জব্দ কৰিলে বৃহৎ পৰিমাণৰ ধন

উল্লেখ্য যে, ফ্লায়িং স্কোৱাড আৰু জুৰীয়া আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই থকাৰ সময়তে এই টকাখিনি জব্দ কৰা হয় ৷ আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি মোবাৰক হুছেইন আৰু ওমৰ ফাৰুক নামৰ দুজন লোকে এখন বাইকেৰে লৈ আহিছিল এই টকাখিনি ৷ জুৰীয়া শিঙাৰী চাৰিআলিত জব্দ কৰা হয় টকাখিনি ৷ কি কাৰণত লোক দুজনে বৃহৎ পৰিমাণ ধন এইদৰে লৈ আহিছিল সেই কথা জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক: পদুলিয়ে পদুলিয়ে নহয় ৰাইজৰ হৃদয়লৈ যাব বিজেপি: হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details