- চামগুৰিৰ মোৱামাৰীত ভয়ংকৰ ঘটনা
- নিজ কন্যাক মৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা পিতৃৰ
- মোবাইল ফোনৰ কেমেৰাত বন্দী এজন পাষাণ পিতৃৰ কু-কৰ্ম
- সংকটজনক অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কিশোৰীগৰাকীক চামগুৰি
- নিৰ্দয় পিতৃক বাঁহেৰে আক্ৰমণ ক্ষুব্ধ মহিলাৰ
- ইতিমধ্যে পিতৃ জামালউদিনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে
- বুধবাৰে বিয়লি সংঘটিত হৈছিল এই ঘটনা
- বৃহস্পতিবাৰে পোহৰলৈ আহিছে এই চাঞ্চল্যকৰে ভিডিঅ'
VIDEO: নিজ কন্যাক মৰিয়াই হত্যাৰ চেষ্টা পিতৃৰ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য - daughter
চামগুৰিৰ মোৱামাৰীত সংঘটিত এই ঘটনা, সংকটজনক অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কিশোৰীগৰাকীক
![VIDEO: নিজ কন্যাক মৰিয়াই হত্যাৰ চেষ্টা পিতৃৰ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4014061-thumbnail-3x2-pp.jpg)
চামগুৰি