একেটা কেন্দ্ৰতে দুবাৰকৈ বিকল ই ভি এম - LS POLL
বাৰে বাৰে ই ভি এম বিকল হৈ পৰাৰ ফলত অতিষ্ঠ হৈ পৰে ভোটাৰসকল ৷ প্ৰচণ্ড গৰম আৰু ৰ'দৰ বাবে অপেক্ষা কৰি কৰি উভতি যায় বহু ভোটাৰ ৷ দায়িত্বত থকা বিষয়া উপস্থিত হৈ ব্যৱস্থা কৰে নতুন মেচিনৰ ৷

একেটা কেন্দ্ৰতে দুবাৰকৈ বিকল ই ভি এম
নগাঁও , 18 এপ্ৰিল : নগাঁও লোকসভা সমষ্টিৰ মায়ঙত এটা ভোটগ্ৰহণ কেন্দ্ৰতে দুবাৰকৈ ইভিএমত ঘটিল বিসংগতি ৷ লোনমাটি প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ বাৰে বাৰে ভোটিং মেচিন বিকল হোৱাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হয় ভোটাৰসকল ।
একেটা কেন্দ্ৰতে দুবাৰকৈ বিকল ই ভি এম