ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ, তৎপৰ আঙুৰলতা - MLA ANGURLATA DEKA
শ্বহীদ গুণাভিৰাম বৰদলৈৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ কথা সদৰী কৰে আঙুৰলতা ডেকাই । লগতে অপহূত যুৱক হেমন্ত শইকীয়াৰ পৰিয়ালক ন্যায় দিয়াৰ প্ৰতিশ্ৰুতি দিলে বিধায়িকাগৰাকীয়ে ।
![ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ, তৎপৰ আঙুৰলতা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4088492-thumbnail-3x2-k.jpg)
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ
নগাঁও,9আগষ্টঃ ই টি ভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ। শ্বহীদ পৰিয়ালৰ আৰ্থিক দুৰৱস্থা আৰু অপহূত যুৱকৰ পৰিয়ালৰ দুৰ্দশাৰ বাতৰি ই টি ভি ভাৰতত সম্প্ৰচাৰ হোৱাৰ পিছতেই তৎপৰ বিধায়িকা আঙুৰলতা ডেকা । চাওক এক প্ৰতিবেদনঃ
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ