নগাঁও,19 মাৰ্চঃ কৰ'ণা ভাইৰাছৰ আতংক বৃদ্ধি পোৱাৰ সমান্তৰালকৈ দিনক দিনে অধিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰ তথা প্ৰশাসনে । নগাঁৱতো জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বহু সতৰ্কতামূলক ব্যৱস্থা । ইতিমধ্যে প্ৰশাসনে জিলাখনত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে আদালত চৌহদত নিষিদ্ধ কৰিছে সাধাৰণ লোকৰ প্ৰৱেশ । আদালতৰ প্ৰৱেশদ্বাৰত নিৰাপত্তাৰক্ষীয়ে সাধাৰণ লোকৰ প্ৰৱেশত বাধা প্ৰদান কৰিছে ।
নগাঁও আদালতত প্ৰৱেশ নিষিদ্ধ সাধাৰণ লোকৰ - নগাঁও আদালতত প্ৰৱেশ নিষিদ্ধ সাধাৰণ লোকৰ
নগাঁও আদালত চৌহদত প্ৰৱেশ নিষিদ্ধ সাধাৰণ লোকৰ । কৰ’ণা ভাইৰাছৰ বাবে দিনকদিনে অধিক সতৰ্ক হৈছে ৰাজ্য চৰকাৰ তথা প্ৰশাসন । ইতিমধ্যে জিলাখনত জাৰি কৰা হৈছে ১৪৪ ধাৰা ৷
![নগাঁও আদালতত প্ৰৱেশ নিষিদ্ধ সাধাৰণ লোকৰ entry restricted at nagaon court due to corona virus assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6463275-498-6463275-1584597708848.jpg)
কৰ’ণা আতংক
Last Updated : Mar 19, 2020, 12:00 PM IST