দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন - নগাঁও
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাচত বুধবাৰে অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ বুধবাৰে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু নগাঁও জিলা প্ৰশাসন
সাজু নগাঁও জিলা প্ৰশাসন
নগাঁও,17এপ্ৰিলঃ প্ৰথম পৰ্যায়ত অনুষ্ঠিত কলিয়াবৰ লোকসভা নিৰ্বাচন সম্পন্ন হোৱাৰ পাচত বুধবাৰে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু নগাঁও জিলা প্ৰশাসন। নগাঁও জিলাৰ অধীনত মুঠ ৬৬৩ টা ভোটকেন্দ্ৰত পলিং আৰু প্ৰিজাইডিং বিষয়াৰ লগতে নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীক ভোট কেন্দ্ৰসমূহলৈ পঠিয়াবলৈ অধিগ্ৰহণ কৰা হৈছে ৪৪০ খন বাছ । নগাঁৱৰ নেহেৰুৱালীৰ পৰা ইটিভি ভাৰতৰ সাংবাদিক ৰকিবুল ৱাহিদৰ এক বিশেষ প্ৰতিবেদন-