অসম

assam

By

Published : Oct 24, 2020, 8:38 PM IST

ETV Bharat / state

বানে গৰকা কামপুৰত নাই পূজাৰ উচাহ

কেৱল পৰম্পৰা ৰক্ষা কৰিয়েই কামপুৰত অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হৈছে দূৰ্গা পূজা ৷

Durga puja at Kampur of Nagaon
বানে গৰকা কামপুৰত নাই পূজাৰ আনন্দ

বঢ়মপুৰ, 24 অক্টোবৰঃ আজি মহাঅষ্টমী ৷ কিন্তু বানে গৰকা কামপুৰত নাই পূজাৰ উচাহ ৷ কেৱল পৰম্পৰা ৰক্ষা কৰিয়েই কামপুৰত অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হৈছে দূৰ্গা পূজা ৷ এফালে ক’ভিডৰ সংহাৰ আনফালে বানৰ ভয়াৱহতা ৷ লগতে দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবেও এইবাৰ ম্লান পৰিল পূজাস্থলীৰ আনন্দ ৷

বানে গৰকা কামপুৰত নাই পূজাৰ আনন্দ

উল্লেখ্য যে, এইবাৰ পূজাস্থলীত পূৰ্বৰ দৰে নাই কোনো দোকান পোহাৰ, নাই জাকজমকতা ৷ দেৱী প্ৰতিমাৰ বিপৰীতে বহু পূজা মণ্ডপত এইবাৰ অনুষ্ঠিত কৰিছে ঘট পূজা ৷

লগতে পঢ়কঃ ক’ভিডে স্থগিত কৰিলে শিৱসাগৰৰ দেৱী দ'লৰ ঐতিহাসিক পৰম্পৰা

ABOUT THE AUTHOR

...view details