- চামগুৰিত ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ অভিযান
- চামগুৰিৰ আমনিৰ পৰা আৰক্ষীয়ে খেদি খেদি আটক কৰে দুই ড্ৰাগছ ব্যৱসায়ীক
- ড্ৰাগছ ব্যৱসায়ী দুজনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য
- জব্দ হোৱা টেবলেটৰ মূল্য প্ৰায় দহ লক্ষাধিক টকা
- দুটা চাহপাতৰ বস্তাত ভৰাই আনিছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ
- আৰক্ষীয়ে বৰ্তমানেও সদৰী কৰা নাই আটক হোৱা ড্ৰাগছ ব্যবসায়ীৰ পৰিচয়
চামগুৰিত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ - ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ অভিযান
চামগুৰিত ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ অভিযান ৷ চামগুৰিৰ আমনিৰ পৰা দুই ড্ৰাগছ ব্যৱসায়ী আটক হোৱাৰ লগতে ড্ৰাগছ ব্যৱসায়ী দুজনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য
চামগুৰিত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ