অসম

assam

ETV Bharat / state

দুষ্কৃতিকাৰীৰ কাৰ্যৰ দ্বাৰা উত্তেজিত নহ'ব : সমুজ্জল কুমাৰ ভট্টাচাৰ্য - samujjal kumar bhattacharjya

এন আৰ চিৰ কামত বাধা আৰোপ কৰিবলৈহে দুষ্কৃতিকাৰীয়ে আছুৰ কাৰ্যালয়ত ক'লা ৰং সনা বুলি প্ৰকাশ কৰে আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই।

দুষ্কৃতিকাৰীৰ কাৰ্যৰ দ্বাৰা উত্তেজিত নহ'ব : সমুজ্জল কুমাৰ ভট্টাচাৰ্য

By

Published : May 13, 2019, 11:24 PM IST

নগাঁও, ১৩ মে' : বাসুগাঁৱৰ আছুৰ কাৰ্যালয়ত দুষ্কৃতিকাৰীয়ে ক'লা ৰং সনা ঘটনা সন্দৰ্ভত আছুৰ উপদেষ্টা সমুজ্জল কুমাল ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া। এন আৰ চিৰ কামত বাধা আৰোপ কৰিবলৈহে দুষ্কৃতিকাৰীয়ে এনে কাম কৰা বুলি মত প্ৰকাশ আছুৰ উপদেষ্টা গৰাকীৰ।

দুষ্কৃতিকাৰীৰ কাৰ্যৰ দ্বাৰা উত্তেজিত নহ'ব : সমুজ্জল কুমাৰ ভট্টাচাৰ্য

এনে কাৰ্যত আছু ক্ষোভিত যদিও জনসাধাৰণক এই কাৰ্যৰ দ্বাৰা প্ৰৰোচিত আৰু উত্তেজিত নহ'বলৈ আহ্বান জনায় সমুজ্জল কুমাৰ ভট্টাচাৰ্যই।

ABOUT THE AUTHOR

...view details