অসম

assam

ETV Bharat / state

মাটি বাৰীক কেন্দ্ৰ কৰি দুই ফৈদৰ সংঘৰ্ষ - dispute over land among two groups at Batadroba

নগাঁৱৰ বটদ্ৰৱাত দুই ফৈদৰ সংঘৰ্ষ । হাতে হাতে লাঠী জোং লৈ সংঘৰ্ষত লিপ্ত দুই ফৈদ । মাটি বাৰীক কেন্দ্ৰ কৰিয়েই দুই ফৈদৰ মাজত সৃষ্টি হয় এই সংঘৰ্ষ । এফালৰ পৰা ভাঙি তহিলং বেৰ, গছ,গছনি (dispute over land among two groups) ।

two-party-conflict-for-land-at-batadroba-in-nagaon
মাটি বাৰীক কেন্দ্ৰ কৰি দুই ফৈদৰ সংঘৰ্ষ

By

Published : Mar 24, 2022, 9:50 PM IST

নগাঁও, 24 মাৰ্চ : হাতে হাতে লাঠী লৈ দুই ফৈদৰ মাজত সৃষ্টি হ'ল ভয়াৱহ সংঘৰ্ষ ৷ মাটি বাৰীক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সৃষ্টি হয় এই সংঘৰ্ষ ৷ মোবাইলত বন্দী হৈ ৰ'ল সমগ্ৰ ঘটনা ৷ নগাঁৱৰ বটদ্ৰৱাত সংঘটিত হয় এই ঘটনা (dispute over land among two groups) ৷ উল্লেখ্য যে, মাটি - বাৰীক কেন্দ্ৰ কৰি, ধনীয়াভেটি গাঁৱৰ দুই পক্ষৰ মাজত বিগত দীৰ্ঘদিন ধৰি চলি আছিল বিবাদ ।

মাটি বাৰীক কেন্দ্ৰ কৰি দুই ফৈদৰ সংঘৰ্ষ

এই বিবাদৰ কেন্দ্ৰ কৰিয়েই ধনীয়াভেটি গাঁৱৰ আব্দুল মতিন আৰু মুছলেম উদ্দিনৰ নেতৃত্বত অহা এটি গুণ্ডা বাহিনীৰ দলে নজৰুল ইছলামৰ ঘৰত আক্ৰমণ কৰে । সম্প্ৰতি ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ লোকে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বটদ্ৰৱা আৰক্ষীয়ে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰে(conflict for land at Batadroba in Nagaon) ।

ইয়াৰ পাছতে ভুক্তভোগী পৰিয়ালৰ লোকে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও বটদ্ৰৱা আৰক্ষীয়ে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে ।

লগতে পঢ়ক :চন্দ্ৰপুৰত অচেতন অৱস্থাত উদ্ধাৰ এজন লোক

ABOUT THE AUTHOR

...view details