মৰিগাওঁ আৰক্ষীৰ জালত ট্ৰাক হাইজেকাৰ, এতিয়াও পলাতক মূল অভিযুক্ত - assam police
ধিঙৰ উডানতলা চৰত মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই আটক কৰে এটা ট্ৰাক হাইজেকাৰ ৷ ধৃত ট্ৰাক হাইজেকাৰটো মৈৰাবাৰীৰ তাতিকটাৰ আব্দুল ৰৌফ বুলি জানিব পৰা গৈছে ৷ ধিং উডানতলা চৰত আত্মগোপন কৰি থকা আব্দুলক মৰিগাঁও আৰু মৈৰাবাৰী আৰক্ষীয়ে অভিযান চলাই আটক কৰে ৷
![মৰিগাওঁ আৰক্ষীৰ জালত ট্ৰাক হাইজেকাৰ, এতিয়াও পলাতক মূল অভিযুক্ত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3726304-thumbnail-3x2-k.jpg)
ধিঙত ট্ৰাক হাইজেকাৰ আটক, মূল অভিযুক্ত এতিয়াও পলাতক
বটদ্ৰৱা,2জুলাইঃ
- ধিঙত বৃহৎ পৰিমানৰ লোহাৰ ৰড সহ ট্ৰাক হাইজেকাৰ আটক
- ধিঙৰ উডানতলা চৰত মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই আটককৰে ট্ৰাক হাইজেকাৰটো
- ধৃত ট্ৰাক হাইজেকাৰটো মৈৰাবাৰীৰ তাতিকটাৰ আব্দুল ৰৌফ
- ধিং উডানতলা চৰত আত্মগোপন কৰি আছিল ধৃত আব্দুলে
- ঘটনা সংক্ৰান্তত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখি যোৰহাটৰ পৰা ড্ৰাইভাৰ সহ ট্ৰাক অপহৰণ কাণ্ডৰ অভিযুক্ত ৰৌফক আটক কৰে ধিঙত ট্ৰাক হাইজেকাৰ আটক, মূল অভিযুক্ত এতিয়াও পলাতক