নগাঁও, ৪ মাৰ্চ :আজি মহাশিৱৰাত্ৰি। সমগ্ৰ ৰাজ্যজুৰি চলিছে দেৱা দি দেৱ মহাদেৱৰ বন্দনা । ৪৫ বছৰীয়া পুৰণি নগাঁৱৰ কৃষ্ণাশ্ৰম শিৱমন্দিৰতো পুৱাৰে পৰা চলিছে মহাদেৱৰ আৰাধনা ।
নগাঁৱৰ কৃষ্ণাশ্ৰম শিৱ মন্দিৰত ভক্তৰ ভিৰ - শিৱমন্দিৰ
মহা শিৱৰাত্ৰি উপলক্ষ্যে এতিহ্যমণ্ডিত শিৱমন্দিৰটোত পুৱাৰে পৰা পৰিলক্ষিত হৈছে ভক্তৰ লানি নিছিগা সোঁত

আজি মহাশিৱৰাত্ৰী
আজি মহাশিৱৰাত্ৰী
পুৱাৰ পৰাই নগাঁৱৰ এই এতিহ্যমণ্ডিত শিৱমন্দিৰটোত ভক্তৰ লানি নিছিগা সোঁত বয় । শিৱৰাত্ৰী উপলক্ষে নিজৰ মনোবাঞ্চা পূৰণৰ বাবে অগণন ভক্তই মহাদেৱৰ চৰণত আশিষ লয় । শিৱৰ আৰাধনাৰে সম্পূৰ্ণ আধ্যাত্মিক পৰিবেশ বিৰাজ কৰিছে নগাঁৱৰ এই শিৱমন্দিৰত ।
Last Updated : Mar 4, 2019, 4:12 PM IST