নগাঁও, 18 এপ্ৰিল: শুকুৰবাৰে নিশা নগাঁৱৰ ৰাঙলুত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ চামচুল হক নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় আশী হাজাৰ নগদ ধনসহ প্ৰায় আঠলাখ টকাৰ সা-সম্পত্তি ৷ ঘটনাৰ বিৱৰণী অনুসৰি শ্বট চাৰ্কিটৰ ফলত হোৱা অগ্নিকাণ্ডত এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পাচত জুইৰ লেলিহান শিখাই আবৰি ধৰে বাসগৃহটো ৷
নগাঁৱৰ ৰাঙলুত ভয়ংকৰ অগ্নিকাণ্ড - চামচুল হক
জুইত জাহ যায় আশী হাজাৰ নগদ ধনসহ প্ৰায় আঠলাখ টকাৰ সা-সম্পত্তি ৷

নগাঁৱৰ ৰাঙলুত ভয়ংকৰ অগ্নিকাণ্ড
নগাঁৱৰ ৰাঙলুত ভয়ংকৰ অগ্নিকাণ্ড