- নগাঁৱৰ কঁচুলখোৱাত ৰহস্যজনকভাৱে উদ্ধাৰ মৃতদেহ
- কচলুখোৱা হাউচিং কমপ্লেক্সৰ সমীপত উদ্ধাৰ মৃতদেহটো
- মৃতদেহটো য়াছিন আলী সৰকাৰ নামৰ এগৰাকী ব্যক্তিৰ বুলি চিনাক্ত
- মৃত ব্যক্তিগৰাকীৰ ঘৰ নগাঁৱৰ জুৰীয়াত
- নগাঁও আৰক্ষীৰ দ্বাৰা মৃতদেহটো উদ্ধাৰ
- মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ মৃতদেহ
নগাঁৱৰ কঁচুলখোৱাত ৰহস্যজনকভাৱে উদ্ধাৰ মৃতদেহ - ETV BHARAT
মৃতদেহটো য়াছিন আলী সৰকাৰ নামৰ এগৰাকী ব্যক্তিৰ বুলি চিনাক্ত

নগাঁৱৰ কঁচুলখোৱাত ৰহস্যজনকভাৱে উদ্ধাৰ মৃতদেহ