অসম

assam

By

Published : Nov 7, 2020, 1:35 PM IST

Updated : Nov 7, 2020, 1:56 PM IST

ETV Bharat / state

নীলাপানী হ্ৰদত সন্ধানহীন হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ

শুকুৰবাৰে বিয়লি হ্ৰদটোত সন্ধানহীন হৈছিল নগাঁৱৰ ইটাচালীৰ আয়নাভ হাজৰিকা নামৰ যুৱক জন ৷

dead-body-rescued-from-nagaons-paradise-lake
নীলাপানী হ্ৰদত সন্ধানহীন হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ

চামগুৰি, 7 নৱেম্বৰ: শুকুৰবাৰে বিয়লি নগাঁৱৰ অভিশপ্ত নীলাপানী হ্ৰদত সন্ধানহীন হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ ৷ শনিবাৰে পুৱা এছ ডি আৰ এফ বাহিনীয়ে চলোৱা অভিযানত উদ্ধাৰ হয় নগাঁৱৰ ইটাচালীৰ অয়নাভ হাজৰিকা নামৰ যুৱক জনৰ মৃতদেহ ৷

অভিশপ্ত নীলাপানী হ্ৰদ

উল্লেখ্য যে, শুকুৰবাৰে বিয়লি গুৱাহাটীৰ এজন বন্ধুৰ সৈতে হ্ৰদটোত ফটো উঠিবলৈ গৈছিল অয়নাভ হাজৰিকা ৷ ইয়াৰ মাজতে বিয়লি প্ৰায় 3 বজাত হ্ৰদটোত সাঁতুৰিবলৈ নামিছিল যুৱকজন ৷ তেতিয়াৰে পৰা হ্ৰদটোত সন্ধানহীন হৈ পৰিছিল যুৱকজন ৷ প্ৰতক্ষ্যদৰ্শীয়ে জনোৱা মতে, পানীত নমাৰ পূৰ্বে নিচাযুক্ত দ্ৰৱ সেৱন কৰিছিল যুৱক জনে ৷

লগতে পঢ়কঃনীলাপানী হ্ৰদত পুনৰ সন্ধানহীন যুৱক

Last Updated : Nov 7, 2020, 1:56 PM IST

ABOUT THE AUTHOR

...view details