ধিং, 24 ফেব্ৰুৱাৰী: নগাঁও জিলাৰ ধিঙৰ চমুৱা গাঁৱত চাঞ্চল্যকৰ ঘটনা ৷ চমুৱাগাৱঁৰ এটা খাৱৈত উদ্ধাৰ উৱলি যোৱা এটা অচিনাক্ত মৃতদেহ ৷ জিনচ্ পেন্ট পৰিহিত পুৰুষৰ মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি ধিং আৰক্ষীক খবৰ দিয়ে ৷
ধিঙত উদ্ধাৰ উৱলি যোৱা অচিনাক্ত মৃতদেহ - নগাঁও জিলাৰ ধিঙৰ চমুৱা গাঁৱত চাঞ্চল্যকৰ ঘটনা
চমুৱাগাৱঁৰ এটা খাৱৈত উদ্ধাৰ উৱলি যোৱা এটা অচিনাক্ত মৃতদেহ ৷ জিনচ্ পেন্ট পৰিহিত পুৰুষৰ মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে যদিও এয়া হত্যা নে আত্মহত্যা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷
![ধিঙত উদ্ধাৰ উৱলি যোৱা অচিনাক্ত মৃতদেহ ধিঙত উদ্ধাৰ উৱলি যোৱা অচিনাক্ত মৃতদেহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10758890-thumbnail-3x2-bgfhn.jpg)
ধিঙত উদ্ধাৰ উৱলি যোৱা অচিনাক্ত মৃতদেহ
ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে যদিও এয়া হত্যা নে আত্মহত্যা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷