অসম

assam

By

Published : Aug 18, 2020, 10:30 PM IST

ETV Bharat / state

কলিয়াবৰত অস্ত্ৰধাৰী দুৰ্বৃত্তই লুটি নিলে তিনি লক্ষাধিক টকা

দিন দুপৰতে ডকাইতে লুটি নিলে 3 লক্ষাধিক টকা ৷

dacoit loted more than 3 lacks from Kaliabor
কলিয়াবৰত অস্ত্ৰধাৰী দুৰ্বৃত্তই লুটি নিলে তিনি লক্ষাধিক টকা

নগাঁও, 18 আগষ্ট: কলিয়াবৰৰ টুবুকী জাৰণিত অস্ত্ৰধাৰী অচিনাক্ত দুৰ্বৃত্তৰ সন্ত্ৰাস ৷ দিন দুপৰতে কলিয়াবৰৰ বৰঘূলীস্থিত ইউনাইটেড বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্তাধিকাৰী হাদি আলমৰ পৰা অস্ত্ৰধাৰী দুৰ্বৃত্তই লুটি নিলে তিনি লক্ষাধিক টকা ৷ এই ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

কলিয়াবৰত অস্ত্ৰধাৰী দুৰ্বৃত্তই লুটি নিলে তিনি লক্ষাধিক টকা

উল্লেখ্য যে, হাদি আলমে 3 লাখ 60 হাজাৰ টকা লৈ গৈ থকাৰ সময়তে মটৰ চাইকেলত অহা দুই দুৰ্বৃত্তই যুৱকজনক আক্ৰমণ কৰি টকা খিনি লৈ উধাও হয় ৷ আনকি উক্ত সময়তে গুলীচলনাও কৰে দুই দুৰ্বৃত্তই ৷ ঘটনাৰ কিছু অংশ ম'বাইল কেমেৰাত বন্দী কৰে হাদি আলমে ৷ ইতিমধ্যে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুটা খালী কাৰ্টিজ ৷ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে তদন্ত ৷

কলিয়াবৰত অস্ত্ৰধাৰী দুৰ্বৃত্তই লুটি নিলে তিনি লক্ষাধিক টকা

লগতে পঢ়কঃ উল্টাপানী বনবিভাগৰ কাৰ্যালয়ত আক্ৰমণৰ লগত জড়িত 8 জনক আটক

ABOUT THE AUTHOR

...view details