অসম

assam

ETV Bharat / state

নগাঁৱত ক’ভিড চিকিৎসা প্ৰদানত হেমাহিৰ অভিযোগ - নগাঁৱত ক’ভিড চিকিৎসা

মঙলবাৰে নগাঁও ক’ভিড হাস্পতালত উত্তপ্ত পৰিস্থিতি ৷ চিকিৎসাৰ অভাৱত দুগৰাকীকৈ ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন ৰোগীসকলৰ আত্মীয়ৰ ৷

covid-patients-relatives-complain
নগাঁৱত ক’ভিড চিকিৎসা প্ৰদানত হেমাহি

By

Published : May 12, 2021, 9:35 AM IST

নগাঁও, 12 মে’ :ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ মাজতেই মঙলবাৰে নগাঁও ক’ভিড হাস্পতালত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ ক’ভিডত আক্ৰান্ত ৰোগীৰ চিকিৎসা প্ৰদানত অৱহেলাৰ অভিযোগ উত্থাপন কৰিছে একাংশ সচেতন লোকে ৷

নগাঁৱত ক’ভিড চিকিৎসা প্ৰদানত হেমাহি

হাস্পতালখনত চিকিৎসাৰ অভাৱত দুগৰাকীকৈ ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত চিকিৎসকৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে একাংশ ৰোগীৰ আত্মীয়-স্বজন ৷

চিকিৎসকে ক’ভিডত আক্ৰান্ত হোৱা ৰোগীৰ কাষেই নাচাপে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ ৰোগীৰ আত্মীয়ই ৷

লগতে পঢ়ক :বৰেণ্য় সাহিত্যিক হোমেন বৰগোহাঞি আৰু নাই

ABOUT THE AUTHOR

...view details