অসম

assam

ETV Bharat / state

ক'ভিড চিকিৎসালয়ত শৰীৰ চৰ্চাত ব্যস্ত গোপাল থাপা - Gopal thapa latest nes

আন কেইবাজনো কৰ্মচাৰীৰ সৈতে তিনি চাৰিদিন পূৰ্বে নগাঁও ক'ভিড হাস্পতালত ভৰ্তি কৰোৱা হৈছিল গোপাল থাপাক।

Nagaon covid hospital
গোপাল থাপা

By

Published : Jul 24, 2020, 7:29 PM IST

নগাঁও, 24 জুলাই :নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক'ভিড হাস্পতালত এক ব্যতিক্ৰমী দৃশ্য ৷ হাস্পতালখনত ভৰ্তি হৈ থকা কেইবাজনো ক'ভিড ৰোগী ব্যস্ত শৰীৰ চৰ্চাত। নগাওঁ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ কৰ্মচাৰী তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গোপাল থাপাৰ দেহতো ধৰা পৰিছিল ক'ভিড-১৯ ৰ উপস্থিতি । আন কেইবাজনো কৰ্মচাৰীৰ সৈতে তিনি চাৰিদিন পূৰ্বে নগাঁও ক'ভিড হাস্পতালত ভৰ্তি কৰোৱা হৈছিল গোপাল থাপাক । ক'ভিড হাস্পতালৰ ভিতৰতে গোপাল থাপাৰ সৈতে আন দুজনকৈ ক'ভিড আক্ৰান্ত স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে কৰিছে শৰীৰ চৰ্চা।

ক'ভিড চিকিৎসালয়ত শৰীৰ চৰ্চাত ব্যস্ত গোপাল থাপা

ABOUT THE AUTHOR

...view details