108 তে সন্তান প্ৰসৱ ক’ভিড-19 আক্ৰান্ত মহিলাৰ - নগাঁৱৰ ম'হখুলিস্থি
![108 তে সন্তান প্ৰসৱ ক’ভিড-19 আক্ৰান্ত মহিলাৰ covid-19 positive woman delivery at nagaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8981012-1070-8981012-1601371103407.jpg)
14:40 September 29
নগাঁৱৰ ম'হখুলিস্থিত চিকিৎসালয়লৈ নি থকাৰ অৱস্থাতে প্ৰসুতিগৰাকীয়ে 108তে সন্তান প্ৰসৱ কৰে ৷ উল্লেখ্য যে সন্তান জন্ম দিয়াৰ সময়ত প্ৰসুতিগৰাকী ক’ভিড-19ত আক্ৰান্ত হৈ আছিল ৷
29 ছেপ্তেম্বৰঃ108তে সন্তান প্ৰসৱ কোভিড আক্ৰান্ত মহিলাৰ । হোজাই জিলাৰ লংকাৰ এগৰাকী মহিলাক সন্তান প্ৰসৱৰ বাবে অনা হৈছিল নগাঁৱৰ ম'হখুলিস্থিত মাতৃ ও শিশু চিকিৎসালয়লৈ । চিকিৎসালয়লৈ অনাৰ পথত108 তে সন্তান প্ৰসৱ কৰিলে মহিলাগৰাকীয়ে। সম্প্ৰতি চিকিৎসালয়খনত আছুতীয়াকৈ ৰখা হৈছে মহিলাগৰাকীক।
লগতে পঢ়কঃ ৰাজ্য কঁপোৱা SI নিযুক্তি কাণ্ডৰ এজন পৰীক্ষাৰ্থীক আটক