অসম

assam

ETV Bharat / state

NIAত যোগদানৰ পূৰ্বে আলোচনাত মিলিত নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় - ড৹ আবু হানিফা

শনিবাৰে নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিক বিদায়ী সম্বৰ্ধনা জ্ঞাপন কৰে নগাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ৷ উল্লেখ্য যে কিছুদিন পিচতে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIAত যোগদান কৰিব আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

citizen meet nagaonআৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় police
আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়

By

Published : Jan 25, 2020, 8:06 PM IST

নগাঁও, 25 জানুৱাৰীঃ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈNIAত যোগদানৰ পূৰ্বে নগাঁৱৰ নাগৰিকৰ সৈতে আলাপ অনুষ্ঠানত মিলিত হয়, আৰক্ষী অধীক্ষকশংকৰব্ৰত ৰায় মেধি ৷শংকৰব্ৰত ৰায় মেধিক শনিবাৰে বিদায়ী সম্বৰ্ধনা জ্ঞাপন কৰে নগাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ৷ নগাওঁ আৰক্ষী চাউনীৰ প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতি, জ্যেষ্ঠ সাংবাদিক ৰাজেন বৰকাকতি, ড৹ আবু হানিফাকে ধৰি বহু জ্যেষ্ঠ নাগৰিকৰ লগতে বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে, বিগত দিনত নগাঁও আৰক্ষীয়ে লাভ কৰা সফলতাৰ বাবে আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিক প্ৰশংসা কৰে ৷

NIA ত যোগদানৰ পূৰ্বে এক আলাপ অনুষ্ঠানত মিলিত হয় নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়

ABOUT THE AUTHOR

...view details