কলিয়াবৰ,17 জানুৱাৰীঃকলিয়াবৰৰ ভঁড়ালী গাঁৱত ভোগালীৰ ব্যতিক্ৰমী আয়োজন ৷ ঐতিহ্যমণ্ডিত ভঁড়ালী নামঘৰ প্ৰাংগণত ভোগালী বিহু উপলক্ষে মঞ্চস্থ কৰা হয় শিশু নাট ৷ শিশু সকলে অভিনয় কৰা ‘ধেমালি’ শীৰ্ষক নাটখনৰ ৰচনা আৰু পৰিচালনা মিন্টু মৌচম বৰাৰ ৷ উল্লেখ্য যে, উক্ত নাটখনি আনুষ্ঠানিকভাৱে মুকলি কৰে স্থানীয় বয়োজ্যেষ্ঠ শিল্পী তথা ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপ্ত ভাবি শইকীয়াই ৷
কলিয়াবৰত ব্যতিক্ৰমী ভোগালীঃ মঞ্চস্থ শিশু নাট - কলিয়াবৰত ব্যতিক্ৰমী ভোগালী বিহু
ঐতিহ্যমণ্ডিত ভঁড়ালী নামঘৰ প্ৰাংগণত মঞ্চস্থ কৰা হয় শিশু নাট ৷ শিশু সকলে অভিনয় কৰা ‘ধেমালি’ শীৰ্ষক নাটখনৰ ৰচনা আৰু পৰিচালনা মিন্টু মৌচম বৰাৰ ৷
![কলিয়াবৰত ব্যতিক্ৰমী ভোগালীঃ মঞ্চস্থ শিশু নাট children drama at Kaliabor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5742964-thumbnail-3x2-k.jpg)
কলিয়াবৰত ব্যতিক্ৰমী ভোগালীঃমঞ্চস্থ শিশু নাট
ভঁড়ালী নামঘৰ প্ৰঙ্গনত মঞ্চস্থ শিশু নাট