অসম

assam

ETV Bharat / state

ৰূপহীহাটত আৰক্ষীৰ জালত নাবালিকা নিৰ্যাতনকাৰী

ৰূপহীহাটত নাবালিকাক শাৰীৰিক নিৰ্যাতন চলায় আৰক্ষীৰ জালত পৰিল অভিযুক্ত ৷ 10 বছৰীয়া শিশুৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল শংকৰ মণ্ডল নামৰ এজন যুৱকে৷

ৰূপহীহাটত আৰক্ষীৰ জালত নাবালিকা নিৰ্যাতনকাৰী

By

Published : May 2, 2019, 7:17 PM IST

ৰূপহীহাট, 2 মেঃ বুধবাৰে ৰূপহীহাটৰ এখন পথাৰত এগৰাকী 10 বছৰীয়া শিশুক শাৰীৰিক নিৰ্যাতন চলাইছিল শংকৰ মণ্ডল নামৰ যুৱকজনে ৷ এই জঘন্য কাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰিছিল ধৃত যুৱকজনে ৷

ৰূপহীহাটত আৰক্ষীৰ জালত নাবালিকা নিৰ্যাতনকাৰী

পিচত নাবালিকাগৰাকীৰ পৰিয়ালে ৰূপহী থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে বৃহস্পতিবাৰে হাতীপুখুৰীৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত শংকৰ মণ্ডলক ৷

ABOUT THE AUTHOR

...view details