কলিয়াবৰ, 14 আগষ্টঃকলিয়াবৰৰ দুগৰাকী আৰক্ষী বিষয়ালৈ উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰী আৰক্ষী পদক আগবঢ়োৱা হ’ব ৷ সেই আৰক্ষী দুগৰাকী হ’ল কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতা ৷
74 তম স্বাধীনতা দিৱস উপলক্ষে ৰাজ্য চৰকাৰে শুকুৰবাৰে ঘোষণা কৰে এই পদকৰ বিষয়ে ৷