ই ৰিক্সাৰ চালকলৈ চি বি আইৰ জাননী - মন্ত্ৰী ৰকিবুল হুচেইন
বিপদত পৰিব নেকি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুচেইন ? ৰকিবুল হুছেইনৰ কাৰ্যকালত স্বনিয়োজনৰ নামত নিবনুৱাক প্ৰদান কৰা হৈছিল এই আঁচনি ৷ কেলেংকাৰীত তদনান্তীন গ্ৰামোন্নয়ণ বিভাগৰ বহু উচ্চপদস্থ বিষয়া ফান্দত পৰাৰ সম্ভাৱনা ৷
জীৱনজ্যোতি আঁচনিত ব্যাপক কেলেংকাৰী
নগাঁও,4 চেপ্তেম্বৰঃ
- অসম চৰকাৰৰ জীৱনজ্যোতি আঁচনিত বৃহৎ কেলেংকাৰী
- চামগুৰিৰ বহু ই ৰিক্সাৰ চালকলৈ চিবিআইৰ জাননী
- ৰকিবুল হুছেইন গ্ৰামোন্নয়ণ মন্ত্ৰী থকাৰ সময়ত চামগুৰিৰ নিবনুৱাক চৰকাৰী সাহায্যত প্ৰদান কৰা হৈছিল ই-ৰিক্সা
- IDBI বেংকৰ নগাঁও শাখাৰ পৰা বৃহৎ জালিয়াতিৰে ঋণ প্ৰদানৰ অভিযোগ
- ৰকিবুল হুছেইনৰ কাৰ্যকালত স্বনিয়োজনৰ নামত নিবনুৱাক প্ৰদান কৰা হৈছিল এই আঁচনি
- কেলেংকাৰীত তদনান্তীন গ্ৰামোন্নয়ণ বিভাগৰ বহু উচ্চপদস্থ বিষয়া ফান্দত পৰাৰ সম্ভাৱনা