অসম

assam

ETV Bharat / state

9 খন গাড়ীত 247 টা গৰু !

কলিয়াবৰত 9 খন গাড়ীত কঢ়িয়াই অনা 247 টা চোৰাং গৰু জব্দ ৷

নখন গাড়ীত 247 টা গৰু

By

Published : Sep 9, 2019, 11:35 PM IST

কলিয়াবৰ, 09 চেপ্তেম্বৰঃ

  • কলিয়াবৰত চোৰাং গৰুসহ গাড়ী জব্দ
  • 9 খন গাড়ীত কঢ়িয়াই অনা 247 টা গৰু জব্দ
  • আটক 31 টা অবৈধ গৰু সৰবৰাহকাৰী
  • তিনিচুকীয়াৰ বৰডুমচা, বগীনদী, ডিব্ৰুগড় আদি অঞ্চলৰ পৰা সৰবৰাহ কৰিছিল গৰু সমূহ
  • কলিয়াবৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত
    নখন গাড়ীত 247 টা গৰু

ABOUT THE AUTHOR

...view details