জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবেই এম্বুলেঞ্চ হ'ল ঠেলা - জৰাজীৰ্ণ কাঠৰ দলং
জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবেই দুৰ্ভোগ বিধায়ক নুৰুল হুদাৰ সমষ্টিৰ কেবাখনো গাঁৱৰ বাসিন্দাৰ । দলং নথকাৰ বাবেই নাযায় এম্বুলেঞ্চ। যাৰ বাবে ঠেলাৰে নিবলগীয়া হয় ৰোগী।

জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবেই এম্বুলেঞ্চ হ'ল ঠেলা
নগাঁও, 27 জানুৱাৰীঃ মৰণফান্দলৈ পৰিণত হোৱা এখন কাঠৰ দলঙে জ্বালাকলা খুৱাইছে কেবাখনো গাঁৱৰ ৰাইজক ৷ দলংখন আছে কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ সমষ্টি ৰূপহীহাটৰ বৰপেটাত। সমষ্টিবাসীৰ এনে সমস্যাৰ খবৰ ৰাখিবলৈ আহৰি নোপোৱা বিধায়ক নুৰুল হুদাক আমি অৱগত কৰিব বিচাৰিছোঁ ৰূপহীহাটবাসীৰ দুৰ্ভোগ। এখন দলঙৰ অভাৱত পানীত হাঁহ নচৰা অৱস্থা হৈছে ৰাইজৰ। চাওঁক এই প্ৰতিবেদন..
জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবেই এম্বুলেঞ্চ হ'ল ঠেলা