- কলিয়াবৰত চাঞ্চল্য
- উদ্ধাৰ এটি কণমানি হাতী পোৱালীৰ মৃতদেহ (Body recoverd new born elephant)
- তিনি-চাৰিদিন পূৰ্বে হাতী পোৱালীটো জন্ম হোৱাৰ ধাৰণা স্থানীয় লোকৰ
- পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে হাতী পোৱালীটোৰ মৃতদেহ
- নিশা বহু সময়লৈকে হাতীৰ চিঞৰ শুনা পাইছিল স্থানীয় লোকে
- এই সন্দৰ্ভত বন বিভাগক অৱগত কৰিছে স্থানীয় লোকে এটি কণমানি হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰক লৈ কলিয়াবৰত চাঞ্চল্য
এটি কণমানি হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰক লৈ কলিয়াবৰত চাঞ্চল্য - কণমানি হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰ
কলিয়াবৰৰ ৰাঙলু আমডাঙাত উদ্ধাৰ এটি কণমানি হাতী পোৱালীৰ মৃতদেহ (Body recoverd new born elephant) ৷ তিনি-চাৰিদিন পূৰ্বে হাতী পোৱালীটোৰ জন্ম হোৱাৰ ধাৰণা কৰিছে স্থানীয়লোকে ৷ পোৱা স্থানীয়লোকে প্ৰত্যক্ষ কৰি খৱৰ দিয়ে আৰক্ষীক বন বিভাগক ৷
![এটি কণমানি হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰক লৈ কলিয়াবৰত চাঞ্চল্য Body recovered new born elephant in Kaliabor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-16212438-thumbnail-3x2-ghjh.jpg)
কলিয়াবৰত উদ্ধাৰ এটি কণমানি হাতী পোৱালীৰ মৃতদেহ
Last Updated : Aug 27, 2022, 2:21 PM IST