বঢ়মপুৰ,1 নবেম্বৱৰঃ নগাঁৱৰ কচুৱাৰ লংজাপ জাৰণিত বিজেপি নেতাৰ গুণ্ডাগিৰি অভিযোগ ৷ নিৰ্মমভাবে মাৰপিটৰ এজন লোকক । সংকট জনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি আহতত লোকজনক ৷ জানিব পৰা মতে মদ্যপান কৰি অত্যাচাৰ কৰাৰ বাবে ৰামকৃষ্ণ দাসক পুত্ৰই বান্ধি থৈছিল ঘৰত । পিতৃক পুত্ৰই বান্ধি থোৱাৰ খবৰ পাই গাঁওৰক্ষী বাহিনীৰ সম্পাদকসহ কেইজনমান লোক উপস্থিত হৈছিল লোকজনৰ বাসগৃহত ।
নগাঁৱত বিজেপি নেতাৰ গুণ্ডাগিৰি - সংকট জনক অৱস্থাত
গাঁওৰক্ষী বাহিনীৰ সম্পাদক বিষ্ণুৰাম মণ্ডলে যতন দাস নামৰ এজন গুণ্ডাক লগত লৈ ৰামকৃষ্ণ দাসক ঘৰৰ পৰা উঠাই আনি মাৰপিট কৰে । বৰ্তমান ৰামকৃষ্ণ দাসক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰিছে স্থানীয় ৰাইজে ।
স্থানীয় লোকৰ খবৰ অনুসৰি গাঁওৰক্ষী বাহিনীৰ সম্পাদক বিষ্ণুৰাম মণ্ডলে যতন দাস নামৰ এজন গুণ্ডাক লগত লৈ ৰামকৃষ্ণ দাসক ঘৰৰ পৰা উঠাই আনি মাৰপিট কৰে । বৰ্তমান ৰামকৃষ্ণ দাসক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰিছে স্থানীয় ৰাইজে । লংজাপ জাৰণি গাঁওৰক্ষী বাহিনীৰ সম্পাদক বিষ্ণুৰাম মণ্ডল লগত থকাৰ পাছত বিজেপিৰ পালি নেতা যতন দাসে কেনেদৰে মাৰপিট কৰিব পালে তাক লৈহে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ।
লগতে পঢ়কঃ কাৰ দখলত যাব পাটাছাৰকুছি : অগপৰ স্পষ্ট মত প্ৰাৰ্থী আমিয়েই প্ৰদান কৰিম