অসম

assam

By

Published : Nov 9, 2019, 7:34 PM IST

ETV Bharat / state

উচ্চতম ন্যায়ালয়ৰ ৰায়লৈ সমৰ্থন ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ

কোনো পক্ষ নোলোৱাকৈ উচ্চতম ন্যায়ালয়ে সকলোৰে পক্ষত এই ঐতিহাসিক ৰায় প্ৰদান কৰিছে বুলি মন্তব্য ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ ৷

"উচ্চতম ন্যায়ালয়ৰ ৰায়ে সমাধান কৰিছে ভাৰতৰ দীৰ্ঘদিনীয়া এটা সমস্যা"-নৰেন্দ্ৰ প্ৰসাদ চৌহান

নগাঁও, 9 নৱেম্বৰঃ আজি প্ৰদান কৰা হ’ল বহু বিতৰ্কিত অযোধ্যা বিবাদৰ ৰায়দান ৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানে সমাধান কৰিছে ভাৰতৰ দীৰ্ঘদিনীয়া এক সমস্যাৰ ৷ এই মন্তব্য সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা নৰেন্দ্ৰ প্ৰসাদ চৌহানৰ ৷ কোনো পক্ষ নোলোৱাকৈ উচ্চতম ন্যায়ালয়ে সকলোৰে পক্ষত এই ঐতিহাসিক ৰায় প্ৰদান কৰিছে বুলিও মন্তব্য কৰে ভোজপুৰী যুৱ ছাত্ৰ পৰিষদে ৷ লগতে এই ৰায়ৰ প্ৰতি সন্মান জনাই সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায় ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে ৷

অযোধ্যা ৰায়দানৰ ওপৰত নৰেন্দ্ৰ প্ৰসাদ চৌহান মন্তব্য

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details