অসম

assam

ETV Bharat / state

বটদ্ৰৱাত পথ নিৰ্মাণত ব্যাপক অনিয়নমৰ অভিযোগ !! - পোন্ধৰ দিন নহওঁতেই তৰপে তৰপে এৰাইছে ব্লেক টপিং

বটদ্ৰৱাত পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ ৷ পোন্ধৰ দিন নহওঁতেই তৰপে তৰপে এৰাইছে ব্লেক টপিং ৷ সমষ্টিটোৰ বিধায়িকা আঙুলতা ডেকাই এইক্ষেত্ৰত কাণষাৰ নিদিয়াৰ অভিযোগ ৰাইজৰ ৷

পথ নিৰ্মাণৰ নামত বটদ্ৰৱাত অনিয়মৰ অভিযোগ

By

Published : Nov 1, 2019, 5:21 PM IST

বটদ্ৰৱা, 1 নৱেম্বৰঃবটদ্ৰৱাত পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ ৷ পোন্ধৰ দিন নহওঁতেই তৰপে তৰপে এৰাইছে ব্লেক টপিং ৷ 2018 চনৰ 5 নৱেম্বৰতে বটদ্ৰৱা ধনীয়াভেটি পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল ৷

পোন্ধৰ দিন নহওঁতেই তৰপে তৰপে এৰাইছে ব্লেক টপিং

সমষ্টিটোৰ বিধায়িকা আঙুলতা ডেকাই এইক্ষেত্ৰত কানসাৰ নিদিয়াৰ অভিযোগ ৰাইজৰ ৷ ৰাইজৰ দাবী অতিশীঘ্ৰে পথছোৱাৰ পুননিৰ্মাণ কৰি ঠিকাদাৰৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰক গড়কাপ্তানী বিভাগে ৷

ABOUT THE AUTHOR

...view details