অসম

assam

By

Published : Sep 22, 2019, 10:08 PM IST

ETV Bharat / state

বটদ্ৰৱাত পথ দুৰ্ঘটনা, নিহত এজন

বটদ্ৰৱাৰ ধিঙৰ চহৰীয়া গাৱঁত ভয়ংকৰ পথ দুর্ঘটনা । থিতাতে নিহত এজন ৷

বটদ্ৰৱাত পথ দুৰ্ঘটনা, নিহত এজন

বটদ্ৰৱা, 22 ছেপ্টেম্বৰঃবটদ্ৰৱাৰ ধিঙৰ চহৰীয়া গাৱঁত আজি সংঘটিত হয় এক শোকাৱহ পথ দুর্ঘটনা । ৰৈ থকা এখন ইটা ভৰ্তি টেক্টৰত বাইকৰ খুন্দাত নিহত হয় এজন বাইক আৰোহী ৷ নিহত যুৱক জনৰ নাম ৰতন বসুমতাৰী বুলি জানিব পৰা গৈছে । আনহাতে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে সঞ্জয় বসুমতাৰী নামৰ আন এজন যুৱক । ধিঙৰ পৰা ঘৰলৈ বাইকত গৈ থকা অৱস্থাতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ইতিমধ্যে ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৃতদেহটো ৷

বটদ্ৰৱাত পথ দুৰ্ঘটনা, নিহত এজন

ABOUT THE AUTHOR

...view details