অসম

assam

ETV Bharat / state

জৰাজীৰ্ণ ৰাস্তাৰে নচলে 108 সেৱা, ৰোগীক ঠেলাত লৈ হাস্পতাললৈ যাত্ৰা আত্মীয়ৰ - জৰাজীৰ্ণ ৰাস্তাৰে নচলে 108 সেৱা

ৰাজ্যৰ গড়কাপ্তানী বিভাগে আমোল পৰিবৰ্তনৰ বিষয়ে কথাৰ ফুলজাৰি মাৰি থকাৰ সময়তে বটদ্ৰৱাৰ বিধ্বস্ত পথে উদঙালে গড়কাপ্তানী বিভাগৰ পঁয়ালগা স্বৰূপ ।

জৰাজীৰ্ণ ৰাস্তাৰে নচলে 108 সেৱা, ৰোগীক ঠেলাত লৈ হাস্পতাল যাত্ৰা আত্মীয়ৰ

By

Published : Aug 30, 2019, 7:58 PM IST

বটদ্ৰৱা,30 আগষ্ট: গড়কাপ্তানী বিভাগৰ ফোপোলা স্বৰূপ ৷ ৰাজ্যৰ বাট-পথৰ আমোল পৰিৱৰ্তনৰ ওপৰত ৰাজ্য চৰকাৰখনে কথাৰ ফুলজাৰি মাৰি থকা সময়তে বটদ্ৰৱাৰ এটা জৰাজীৰ্ণ পথে উদঙাইছে ৰাজ্যিক গড়কাপ্তানী বিভাগৰ সোপাধিলা স্বৰূপ ৷জৰাজীৰ্ণ পথৰ গইনা লৈ ৰোগী আনিবলৈ অমান্তি 108 মৃত্যুঞ্জয় সেৱা ৷ বিকশিত অসমত ৰাষ্টা-পদূলিৰ পঁয়ালগা দৃশ্য ৷ এই সন্দৰ্ভত চাও আহক আমাৰ এক বিশেষ প্ৰতিবেদন..

জৰাজীৰ্ণ ৰাস্তাৰে নচলে 108 সেৱা, ৰোগীক ঠেলাত লৈ হাস্পতাল যাত্ৰা আত্মীয়ৰ

ABOUT THE AUTHOR

...view details