হেঁপাহৰ বিহুটি হেঁপাহৰ ঘৰখনতে পালন কৰকঃ আঙুৰলতা ডেকা - ৰাজ্যবাসীক ঘৰখনতে বিহু পালনৰ আহ্বান বিধায়ক আঙুৰলতা ডেকাৰ..
ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন বিধায়িকা আঙুৰলতা ডেকাৰ..
![হেঁপাহৰ বিহুটি হেঁপাহৰ ঘৰখনতে পালন কৰকঃ আঙুৰলতা ডেকা আঙুৰলতা ডেকা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6771941-thumbnail-3x2-kk.jpg)
আঙুৰলতা ডেকা
বটদ্ৰৱা, 13 এপ্ৰিল : লক ডাউনৰ মাজেৰে ই টি ভি ভাৰতৰ জৰিয়তে ৰাজ্যবাসীক অসমীয়া নৱবর্ষ তথা ৰঙালী বিহুৰ শুভকামনা জনায় বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই ৷ সাম্প্রতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বজাই ৰাখিবলৈ ৰাইজক আহ্বান জনায় বিধায়িকাগৰাকীয়ে ৷ লগতে শীঘ্ৰেই এই পৰিস্থিতিৰ অৱসান হ'ব বুলিও ৰাজ্যবাসীক সাহস দিয়ে বিধায়িকাগৰাকীয়ে ৷
ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন বিধায়িকা আঙুৰলতা ডেকাৰ..