বটদ্ৰৱা,১১ এপ্ৰিলঃ কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱাৰ কুজিসত্ৰই অসম আৰোগ্য নিধিলৈ আগবঢ়ালে অনুদান । সত্ৰখনে পঞ্চাশ হাজাৰ এশ এঘাৰ টকাৰ অনুদান আগবঢ়াই ।
বটদ্ৰৱাৰ কুজিসত্ৰই অসম আৰোগ্য নিধিলৈ আগবঢ়ালে অনুদান
বটদ্ৰৱা,১১ এপ্ৰিলঃ কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱাৰ কুজিসত্ৰই অসম আৰোগ্য নিধিলৈ আগবঢ়ালে অনুদান । সত্ৰখনে পঞ্চাশ হাজাৰ এশ এঘাৰ টকাৰ অনুদান আগবঢ়াই ।
শনিবাৰে সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ গোস্বামীয়ে সত্ৰবাসীৰ উপস্থিতিত বিধায়িকা আঙুৰলতা ডেকাৰ হাতত অৰ্পণ কৰিলে এই ধনৰ চেক ।