অসম

assam

ধিঙত নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে গণ সত্যাগ্ৰহ

By

Published : Dec 16, 2019, 9:09 PM IST

নগাঁও জিলাৰ ধিঙত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে সহস্ৰাধিক লোকৰ প্ৰতিবাদী সমদল ৷

BATADRAVA CAA PROTEST
ধিঙত নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে গণ সত্যাগ্ৰহ

বটদ্ৰৱা,16 ডিচেম্বৰ: সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ ধিঙত নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মৰ্মে সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ। ধিঙৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ খেলপথাৰৰ পৰা হাজাৰ হাজাৰ জনতাই হাতে হাতে বেনাৰ প'ষ্টাৰ লৈ চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে ধিঙৰ ৰাজপথ। লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত হাজাৰ হাজাৰ লোক উপস্থিত হৈ স্মাৰক পত্ৰ প্ৰদান কৰে ৷

ধিঙত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে সহস্ৰাধিক লোকৰ প্ৰতিবাদী সমদল

ABOUT THE AUTHOR

...view details