ধিঙত গছ পৰি মৃত্যু বৃদ্ধৰ - চিকিৎসাধীন অৱস্থাতে বৃদ্ধ জনৰ মৃত্যু
ধিঙৰ পুঠিমাৰীত গছ পৰি মৃত্যু আব্দুল খালেক নামৰ এজন বৃদ্ধৰ ৷ বৃদ্ধ জনক চিকিৎসাৰ বাবে নগাঁৱলৈ নিয়ে যদিও চিকিৎসাধীন অৱস্থাতে বৃদ্ধ জনৰ মৃত্যু ঘটে ৷
![ধিঙত গছ পৰি মৃত্যু বৃদ্ধৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4419767-thumbnail-3x2-k.jpg)
ধিঙত গছ পৰি মৃত্যু বৃদ্ধৰ
বটদ্ৰৱা,12ছেপ্টেম্বৰঃ
- ধিঙৰ পুঠিমাৰীত গছ পৰি এজন বৃদ্ধৰ মৃত্যু
- মৃত বৃদ্ধ জন আব্দুল খালেক
- নিজ গৃহত এজোপা জামুক গছ কাটি থকা অৱস্থাত হঠাৎ গছৰ ডালে আব্দুল খালেকক আঘাত কৰে
- ফলত বৃদ্ধ জনৰ অণ্ডকোষ আৰু পাকস্থলীত বেয়াকৈ আঘাত প্ৰাপ্ত হয়
- বৃদ্ধ জনক চিকিৎসাৰ বাবে নগাঁৱলৈ নিয়ে যদিও চিকিৎসাধীন অৱস্থাতে বৃদ্ধ জনৰ মৃত্যু ঘটে