বটদ্ৰৱা,27 এপ্ৰিলঃ বটদ্ৰৱাত শতায়ু গৰকা এগৰাকী বৃদ্ধাক পুত্ৰই বেংকলৈ কঢ়িয়াই নিলে ঠেলাত ৷ বটদ্ৰৱাৰ শিলপুখুৰী গাঁৱৰ পৰা প্ৰায় দহ কিলোমিটাৰ পথ পুত্ৰই ঠেলাত কঢ়িয়াই আনিছে বৃদ্ধা গৰাকীক ৷ ধনৰ অভাৱত দৰিদ্ৰ পৰিয়ালটোৱে বৃদ্ধা গৰাকীৰ বৃদ্ধ পেঞ্চনৰ ধন উলিয়াবলৈ জাজৰিস্থিত ইউনাইটেড বেংকলৈ আহিবলগীয়া হয় ৷ কিন্তু লক ডাউনৰ বাবে যান-বাহনৰ চলাচল বন্ধ হৈ পৰাত নিজ পুত্ৰই দহ কিলোমিটাৰ পথ ঠেলাত কঢ়িয়াই লৈ আহিলে বৃদ্ধা মাতৃক ৷
বৃদ্ধা মাতৃক পুত্ৰই বেংকলৈ কঢ়িয়াই আনিলে ঠেলাত - Assam lock down
বটদ্ৰৱাৰ শিলপুখুৰী গাঁৱৰ পৰা প্ৰায় দহ কিলোমিটাৰ পথ পুত্ৰই ঠেলাত কঢ়িয়াই আনিছে বৃদ্ধা মাতৃক ৷

বৃদ্ধা মাতৃক পুত্ৰই বেংকলৈ কঢ়িয়াই আনিলে ঠেলাত