নগাঁও, ২০ জানুৱাৰী: অতীজৰে পৰা অসমৰ অন্যতম জনগোষ্ঠী তিৱাসকলে পৰম্পৰাগতভাৱে মাঘ বিহু উদযাপন কৰি আহিছে । নগাঁও জিলাৰ বঢ়মপুৰৰ আহোমগাঁৱত তিৱা লোকসকলে নীতি-নিয়মেৰে উৰুকাৰ নিশা মাংগলিক বিধি অনুসৰি পূজা-পাতলেৰে পীছু বা ভোগালী উৎসৱ অনুষ্ঠিত কৰে । গাওঁবাসীৰ মংগল কামনা কৰি অগ্নি পৰিক্ৰমাৰে আৰম্ভ কৰা উৎসৱৰ বিভিন্ন কাৰ্যসূচীৰ লগতে তিৱা সমাজৰ নৃত্যৰে এই উৎসৱৰ অন্যতম আকৰ্ষণ আছিল ।
বঢ়মপুৰত পৰম্পৰাগতভাৱে মাঘবিহু উদযাপন তিৱা সমাজৰ - তিৱাসকলে পৰম্পৰাগতভাৱে মাঘ বিহু উদযাপন কৰি আহিছে
বঢ়মপুৰৰ আহোম গাঁৱত পৰম্পৰাগতভাৱে মাঘবিহু উদযাপন তিৱা সমাজৰ । মাঘ বিহুৰ প্ৰথম মংগল আৰু বুধবাৰৰ দিনটোত পালন কৰা হয় তিৱা সমাজৰ পীছু উৎসৱ ।
পৰম্পৰাগতভাৱে মাঘবিহু উদযাপন তিৱা সমাজৰ
উল্লেখযোগ্য যে মাঘ বিহুৰ প্ৰথম মংগল আৰু বুধবাৰৰ দিনটোত পালন কৰা হয় এই পীছু উৎসৱ ।
লগতে পঢ়ক: মহানগৰীত মহিলা সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ