কামপুৰ, নৱেম্বৰ 29:চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খোৱাৰ পৰিৱৰ্তে, নিজস্ব প্ৰচেষ্টাৰে স্বাৱলম্বী হোৱা দুজন যুৱক !কামপুৰ পতিয়াপামৰ অৰ্ণৱ বৰুৱাআৰু মৃণ্ময় শইকীয়ানামৰ দুই যুৱকে, মৎস্য পালন কৰি নিজৰ উপাৰ্জনৰ পথ বাছি লৈছিল ৷
আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ দুই যুৱকে ঋণলৈ ধন যোগাৰ কৰি,৬০ হাজাৰৰো অধিক টকা ব্যয় কৰি বৈজ্ঞানিক পদ্ধতিৰে, প্ৰায় ডেৰ বিঘা মাটিৰ পুখুৰী এটাত মাছ পোহা আৰম্ভ কৰিছিল ৷